শনিবাৰ, ৪ মে, ২০২৪

NewsFile Institute
নিশ্চিত ক’ভিড ৰোগীৰ সংখ্যা: অৰুণাচল প্ৰদেশ: ২৬,৩১৭| অসম : ৩,৯৮,০১০| বিহাৰ: ৭,০২,৬৮২| ঝাৰখাণ্ড: ৩,৩৫,৪১৭| মণিপুৰ : ৪৭,৮৪৩| মেঘালয়: ৩৩,৮৩৫| মিজোৰাম: ১১,৬৫৯| নগালেণ্ড: ২১,২১৫| উৰিষ্যা: ৭,৩৯,৯৯৫| ছিক্কিম: ১৪,৬৩৪| ত্ৰিপুৰা: ৪৯,৮৮৫| পশ্চিমবংগ: ১৩,৪৩,৪৪২
পলকতে
  • কাইলৈ বহু প্ৰতীক্ষিত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব৷অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা৷
  • প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগুৱে আজি কংগ্ৰেছ দলৰ জিলা সভাপতিৰ পদৰ পৰা পদত্যাগ কৰে৷
  • বিগত ৩০ জুনত গড়ভাঙা বনাঞ্চলৰ পৰা অপহৃত দুজন ব্যক্তি ক্ৰমে জয়ন্ত কছাৰী আৰু কুশল কলিতাক অসম আৰক্ষীয়ে আজি উদ্ধাৰ কৰে ৰাণী বনাঞ্চলত৷
  • ৰেল বিভাগৰ পৰিদৰ্শক কানালদীপ সিং সিদ্ধু অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে৷গুৱাহাটীৰ উজানবজাৰৰ ড্ৰাগছ ব্যৱসায়ী সুনীল দাসৰ অপহৰণৰ লগত জড়িত আছিল তেওঁ৷
  • মেঘালয়ত বৃদ্ধি হ’ল জিলা৷ৰাজ্যখনৰ ১২নম্বৰ জিলা হ’ল মইৰাংগ৷
  • ডিব্ৰুগড়ৰ তিনিকোণীয়াত অগ্নিকাণ্ড৷আজি নিশা সংঘটিত এই অগ্নিকাণ্ডত প্ৰায় ২৫ টা আৱাসগৃহ জুইত জাহ যায়৷
  • আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷
  • দিচৈ বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীত মৰায়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি আৰম্ভ কৰা অনশন চৰকাৰৰ পৰা পোৱা লিখিত প্ৰতিশ্ৰুতিৰ পিছত প্ৰত্যাহাৰ কৰে৷
  • অভিনেতা নাছিৰুদ্দিন শ্বাহ গুৰুতৰভাৱে অসুস্থ৷নিউমোনিয়াত আক্ৰান্ত হৈ হিন্দুজা হস্পিতালত চিকিৎসাধীন হৈ আছে অভিনেতাজন৷
  • নগালেণ্ডক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই৷আগন্তুক ৬ মাহৰ বাবে তাত সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন বলবৎ থাকিব৷
  • নুমলীগড় শোধানাগাৰৰ ২৬% অংশীদাৰিত্ব ক্ৰয় কৰিলে অসম চৰকাৰে৷বিগত ৭৫ বছৰত এইটো সৰ্বশ্ৰেষ্ঠ বিনিয়োগ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

আৰু লগতে

-বিগত দুটা বছৰ মাত শুনা নাই কোনেও

সহজ হ’ব মাটি ক্ৰয়বিক্ৰয়

৪ গৰাকী গ’লেই

সম্বৰ্ধনাৰ বাবেই অসম এৰিলে অলিম্পিয়ানে

একেলগে নিৰ্বাচনত নমাৰ মন অখিলৰ

হৃদৰোগত মৃত্যু সিদ্ধাৰ্থৰ

হত্যাকাৰীক বিচাৰি অনুসন্ধান

৬ টা সমষ্টিত হ’ব উপনিৰ্বাচন

অৰ্থনীতি
বিজ্ঞান আৰু প্ৰযুক্তি
ইতিহাস

No posts were found.

No posts were found.

পৰিচয় হওঁ
আধ্যাত্মিক
উৎসৱ
উদ্যমী
কৃষি